তেজপুৰতঃ চৰকাৰী ভূমি বেদখল কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ প্ৰশাসন।

ছিপাঝাৰৰ গৰুখুটীৰ পিছত এইবাৰ তেজপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান।

তেজপুৰৰ পৰোৱাৰ দলঙৰ সমীপত প্ৰশাসনৰ উচ্ছেদ।

লগতে পঢ়কঃছিপাঝাৰৰ ভূমি বেদখল উচ্ছেদৰ সমৰ্থনত গৌৰীসাগৰত অৱস্থান ধৰ্মঘট

ৰাজহ চক্ৰবিষয়া পংকজ বৰাৰ নেতৃত্ব চলা উচ্ছেদ অভিযানত অবৈধ ভাবে গঢ়ি উঠা ঘৰসমূহ উচ্ছেদ কৰে।

চৰকাৰী মাটি কোনো কাৰণ অবৈধ ভাবে দখল কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৰাজহ চক্ৰবিষয়া গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply