তেজপুৰঃ তেজপুৰত ধনদাবী কৰি আৰক্ষীৰ জালত পৰিল দুই ভুৱা আলফা।

এজন চিকিৎসকক ১০ লাখ টকা দাবী কৰিছিল আলফাদ্বয়ে।

চিকিৎসকজনে ৰুজু কৰা গোচৰৰ ভিত্তিত শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই ভুৱা আলফাক।

আৰু পঢ়কঃসাপেখাতীত ধন আত্মসাতৰ অভিযোগত যুৱক আটক

ধৃত ভুৱা আলফা দুজন ভৱেশ কলিতা আৰু আলবিছ আলী।

শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শৰ্মাৰ নেতৃত্বত  শোণিতপুৰ আৰক্ষীয়ে চলাইছিল উক্ত অভিযান।

দুই ভুৱা আলফা কেডাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে আলফা(স্বা)ৰ পেড, ষ্টাম, ৪টা মোবাইল, ছিম কাৰ্ড আৰু আপত্তিজনক নথি-পত্ৰ । 

শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শৰ্মাৰ নেতৃত্বত  শোণিতপুৰ আৰক্ষীয়ে চলাইছিল উক্ত অভিযান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply