তেজপুৰৰ এটা বিলাসী গাড়ীৰ শ্ব’ৰুমত হোৱা অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হয়।তেজপুৰৰ নিকামূল মাজগাওত থকা কৃষ্ণ হুণ্ডাই ডিলাৰত সংঘটিত হয় এই ভয়ানক অগ্নিকাণ্ড৷
প্ৰায় ১৬ খন বিলাসী গাড়ী আৰু মুল্যবান সামগ্ৰী বিধ্বংসী অগ্নি কান্ডত ভস্মীভূত হয় বুলি প্ৰতিষ্ঠানটোৰ ফালৰ পৰা জানিব পৰা গৈছে। এই অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তিৰ লোকচান।
অগ্মি নিৰ্ববাপক বাহিনীৰ ১০ খনতকৈও অধিক গাড়ীয়ে বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নুমাবলৈ সক্ষম হয়৷ ভস্মীভূত হয় কেইবা কোটি টকাৰ সা-সম্পত্তি