তেজপুৰঃ তেজপুৰ হৰিজন পট্টীত প্ৰচণ্ড মাৰপিটৰ ঘটনা।

দূৰ্গা পূজা অনুষ্ঠিত কৰাক লৈ দুটা পক্ষৰ মাজত সংঘাত।

আক্ৰমণ প্ৰত্যাক্ৰমণত মহিলাসহ ৭ জন লোক আহত হৈছে।

লগতে পঢ়কঃজামুগুৰিহাটৰ সাংবাদিক ফণীন্দ্ৰ বৰুৱালৈ পৰিৱেশ মূলক সাংবাদিকতাৰ বঁটা

হৰিজন পট্টীৰ খ্ৰীষ্টানধৰ্মীৰ আন এটা পক্ষই পূজা অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply