তেজপুৰঃ ভয়াবহভাৱে বৃদ্ধি পাইছে কিন্নৰৰ সন্ত্ৰাস। বিভিন্ন প্ৰান্তত কিন্নৰ সকলে সাধাৰণ ৰাইজক অতিষ্ঠ কৰা দেখা যায়।
তেজপুৰ চহৰৰ মাজমজিয়াত দুই কিন্নৰৰ সন্ত্ৰাসত অতিষ্ঠ ৰাইজ ৷ টকা বিচৰাৰ নামত এজন যুৱকক হাৰাশাস্তি কৰাৰ অভিযোগ ।
লগতে পঢ়কঃমঙলদৈ অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড
যুৱকজনৰ পৰা ১৫০০ টকা কাঢ়ি লোৱাৰো অভিযোগ উত্থাপন হৈছে। কিন্নৰৰ অতপালিত অতিষ্ঠ হৈ পৰে স্হানীয় লোক৷ ৰাইজে আৱদ্ধ কৰি কিন্নৰক চমজাই দিয়ে আৰক্ষীক ৷