তেজপুৰঃ শোণিতপুৰক ৭ দিনৰ বাবে কন্টেইনমেন্ট জিলা ঘোষণা। আজিৰে পৰা প্ৰযোজ্য হল নতুন এছ অ’ পি।

নতুন এছ অ’ পি মতে কেইবা খনো জিলাৰ কাৰ্ফিউ সময় সীমা সাল সলনি কৰা হৈছে। কেইবাখনো জিলাক কন্টেইনমেন্ট জিলা হিচাপে ঘোষণা কৰিছে । জিলা কেইখনত ২৪ ঘন্টাই কাৰ্ফিউ বলবৎ থাকিব।

আজি পুৱাৰে পৰা তেজপুৰৰ পৰিৱেশো অনন্যা। তেজপুৰত সকলোৱে মানিছে নতুন এছ অ’ পি।

লক ডাউন বলবৎ থকা জিলা সমূহত অত্যাৱশ্যকীয় সেৱাসমূহৰ লগতে গেলামাল দোকান, পাচলিৰ দোকান,ফল মুলৰ দোকান, গাখীৰ দোকান,পশু খাদ্যৰ দোকান সমূহ বিয়লি ৫ বজালৈ ক’ভিড নিয়ম মানি খোলা ৰাখিব পাৰিব লগতে চাহ বাগিছা আৰু ফেক্টৰী সমূহ খোলা থাকিব।

আৰু পঢ়কঃশোণিতপুৰত সম্পূৰ্ণ লকডাউন ঘোষণা হোৱাৰ লগে লগে ৱাইন চপৰ সন্মুখত লানি নিচিগা ভিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply