তেজপুৰঃ কৰোণা সৃষ্ট পৰিৱেশে সমস্যাত পেলাইছে সাপ্তাহিক বজাৰৰ ক্ষুদ্ৰ বেপাৰী সকলক।
তেজপুৰত কেতেকীবাৰী সাপ্তাহিক বজাৰ বেপাৰী সন্থাৰ প্ৰতিবাদ।
লগতে পঢ়কঃছয়গাৱঁত যাত্ৰীবাহী ৰেল দুৰ্ঘটনাগ্ৰস্থ
সাপ্তাহিক বজাৰসমূহ বন্ধ হৈ থকাত তীব্ৰ সংকটত ক্ষুদ্ৰ ব্যৱসায়ী সকল ।
কেতেকীবাৰী সাপ্তাহিক বজাৰ বেপাৰী সন্থাই বজাৰ সমূহ খোলাৰ দাবীত ধৰ্ণা কায্যসূচী পালন কৰে।
অন্যথা অনশন কায্যসূচী ৰূপায়ন কৰাৰ হুকাৰ প্ৰদান কৰে।