তেজপুৰঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা )আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ উদ্যোগত তেজপুৰ কাৰখানা পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ।

কাৰখানা পৰিদৰ্শক মুৰ্দাবাদ, কাৰখানা পৰিদৰ্শকৰ কাম নাই, শ্ৰম মন্ত্ৰী মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে কাৰখানা পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। তেওঁলোকৰ মূল দাবী সমূহ হ’ল মইনা নায়কক অসম চৰকাৰৰ শ্ৰম বিভাগে নিৰ্ধাৰণ কৰা ক্ষতিপূৰণ শীঘ্ৰে প্ৰদান কৰা, লেপেটকটা চাহ বাগিছাৰ প্ৰধান পৰিচালক আৰু ফেক্টৰী পৰিচালক গৰাকীক তদন্তৰ আওতালৈ অনা আৰু অসমৰ প্ৰতিখন চাহ বাগিচাত ফেক্টৰী আইন ১৯৪৮ আৰু Plantation Labour আইন ১৯৫১ আইনৰ মতে শ্ৰমীক সুৰক্ষা বিধি সমুহ সম্পূর্ণ ভাবে কাৰ্যকৰি হোৱাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply