তেজপুৰঃ তেজপুৰত জঘন্য কাণ্ড। তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত মানশিৰীত ৩ বছৰীয়া শিশুক ধৰ্ষণ কৰিলে ১৮ বছৰীয়া যুৱকে।

পৰিয়ালৰ লোকে জনোৱা মতে শিশুটি খেলি থকা অৱস্থাত ফুচুলাই মাতি নি ধৰ্ষণকাণ্ড সংঘটিত কৰে।
পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত অভিযুক্তক পলাতক অৱস্থাৰ পৰা কৰায়ত্ত কৰে আৰক্ষীয়ে।

শিশুটিৰ বৰ্তমান চিকিৎসা চলি আছে বুলি জনাইছে পৰিয়ালে।

লগতে পঢ়কঃনিশা অন্ধকাৰত ডুব যায় কামপুৰ চহৰ

ধৰ্ষণকাৰীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালৰ লোকে ।

এইক্ষেত্ৰত শোণিতপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াই হ’ব লক্ষণীয় বিষয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply