তেজপুৰঃ তেজপুৰত ছেনিটাইজেচন কাৰ্যসূচী ৰূপায়ণ। অন্যতম সামাজিক সংগঠন চফটচীডে চহৰখনৰ বিভিন্ন প্ৰান্তত ছেনিটাইজেচন কৰে।
শোণিতপুৰ জিলাৰ উপায়ুক্ত গোপেশ চন্দ্ৰ দাসে আনুষ্ঠানিক ভাবে মুকলি কৰে এই কাৰ্যসূচী।
আৰু পঢ়কঃৰঙিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান : পুনৰ এজন পৰিল জালত
চহৰখনৰ আৰক্ষীথানা, চিভিল হস্পিতাল, ব্যৱসায়িক অঞ্চল সমূহৰ লগতে কন্টেইনমেন্ট জ’ন সমূহতো কৰোণা মুক্ত কৰাৰ বাবে ছেনিটাইজ কৰে সামাজিক সংগঠন চফটচীডে ।
তেজপুৰ চহৰক কৰোণা মুক্ত চহৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰাৰ বিষয়ে উল্লেখ কৰে চফটচীডৰ অধ্যক্ষ চুৰেন্দ্ৰ বৰঠাকুৰে ।