তেজপুৰঃ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।


উদণ্ড যুৱকৰ আক্ৰমণত বিদ্যালয়খনৰ সাধাৰণ সম্পাদিকা সহ কেইবা গৰাকীও ছাত্ৰী আহত।
লগতে পঢ়কঃযমুনামুখত বিধায়ক পুজিৰ কামৰ নামত এইবোৰ কি চলি আছে

গুৰুত্বভাৱে আহত দুগৰাকী ছাত্ৰী হস্পিতালত ভৰ্তি কৰোৱা হৈছে।


আৰক্ষীয়ে আটক কৰিছে উদণ্ড যুৱক জনক।


পদুম পুখুৰীৰ পাৰত ছাত্ৰীৰ লগত ছেল্ফি উঠাক কেন্দ্ৰ কৰি সংঘাত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply