তেজপুৰঃ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি তেজপুৰত সাহিত্য কাণ্ডাৰী গৰাকীৰ আৱক্ষ মূৰ্ত্তি উন্মোচন।
মন্ত্ৰী পিযুষ হাজৰিকাই পদ্মনাথ গোহাঞি বৰুৱাৰ আৱক্ষ মূৰ্ত্তি উন্মোচন কৰে।
এই অনুষ্ঠানৰ লগত সংগতি অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী, প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, বিধায়ক পৃথ্বীৰাজ ৰাভা, কৃষ্ণ কমল তাঁতীৰ লগতে সাহিত্য সভাৰ বিষয়ববীয়া সকল উপস্থিত থাকি সাফল্য মণ্ডিত কৰি তোলে।
আজি পুৱাৰ ভাগত মন্ত্ৰী পিয়ুষ হাজৰিকাই সাহিত্যকাণ্ডাৰী গৰাকী বাসগৃহত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনায় ।