তেজপুৰঃ তেজপুৰৰ হিমালয় হোটেলত অঘটন।
প্ৰাপ্য নাপায় হোটেলখনৰ কৰ্মচাৰীৰ আত্মহত্যা।
নিহত কৰ্মচাৰী জনৰ নাম টিংকু মুখিয়া( ৩৪)।
লগতে পঢ়কঃহাইড্ৰা বাহনৰ তলত সোমাল পালচাৰ বাইক
হোটেলখনৰ ১৪ নং কোঠাত উদ্ধাৰ হৈছে মৃতদেহটো।
কৰ্মচাৰী জন তেজপুৰ ৰেলগেট বাসিন্দা বুলি জানিব পৰা গৈছে।