তেজপুৰঃ তেজপুৰত দিনদুপৰতে চোৰৰ তাণ্ডৱ।

মাজগাওঁ বৰুৱাচুবুৰীত থকা অসম চৰকাৰৰ জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক জ্যোতির্ময় চক্ৰৱৰ্তী বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ড।

দিন দুপৰতে চোৰে লুটি নিলে কেইবা লক্ষাধিক টকা ।

লগতে পঢ়কঃহেকাৰৰ কবলত জামুগুৰিহাটৰ বহুকেইগৰাকী লোক

ঘৰত কোনো নথকাৰ সুযোগতে চোৰে চুৰিকাণ্ডটো সংঘটিতকৰে।

আৰক্ষীয়ে বৰ্তমান চোৰৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ।

ঘটিত চুৰি ঘটনাৰ আৰক্ষীয়ে তদন্ত আৰাম্ভ কৰিছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,276 other subscribers

Leave a comment

Leave a Reply