তেজপুৰঃ তেজপুৰত দিনদুপৰতে চোৰৰ তাণ্ডৱ।
মাজগাওঁ বৰুৱাচুবুৰীত থকা অসম চৰকাৰৰ জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক জ্যোতির্ময় চক্ৰৱৰ্তী বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ড।
দিন দুপৰতে চোৰে লুটি নিলে কেইবা লক্ষাধিক টকা ।
লগতে পঢ়কঃহেকাৰৰ কবলত জামুগুৰিহাটৰ বহুকেইগৰাকী লোক
ঘৰত কোনো নথকাৰ সুযোগতে চোৰে চুৰিকাণ্ডটো সংঘটিতকৰে।
আৰক্ষীয়ে বৰ্তমান চোৰৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ।
ঘটিত চুৰি ঘটনাৰ আৰক্ষীয়ে তদন্ত আৰাম্ভ কৰিছে