নগাঁওঃ নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ পৰা আচামীৰ পলায়ন।
হয়বৰগাঁও আৰক্ষীয়ে আদালতত হাজিৰ কৰিবলৈ নিছিল আচামীজনক।
নাবালক আচামীজনৰ নাম বৰ্তমানলৈকে আৰক্ষীয়ে প্ৰকাশ কৰা নাই।
কেইবাটাও চুৰিকাণ্ডৰ লগত জড়িত আছিল আচামীজন।
এটা মাহৰ ভিতৰতে ৩বাৰকৈ নাবালক আচামীটোয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছে।