পূৰ্বৰ কাৰ্য্যসূচী মতে ১৮ মাৰ্চত অনুস্হিত হবলগীয়া হাইস্কুল শিক্ষান্ত অসমীয়া বিষয়ৰ পৰীক্ষা। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল।
তাৰ পিছতে শিক্ষামন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি পৰীক্ষাৰ দিন শীঘ্ৰে নিৰ্ধাৰণ হব বুলি টুইতযোগে জানিবলৈ দিয়ে।
বৰ্তমান শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বাতিল হোৱা অসমীয়া বিভাগৰ পৰীক্ষা ১ এপ্ৰিলত অনুস্হিত কৰা হব।