উত্তৰ প্ৰদেশৰ দৰে অসমতো আৰম্ভ কৰিছেতঠাইৰ নাম সলনি প্ৰক্ৰিয়া।
কামাখ্যা-পাণ্ডুৰ নতুন পথৰ নামকৰণ হোৱাৰ বাবে চৰকাৰে এক প্ৰস্তাব আগবঢ়াইছিল।
স্বামী মুকুতানন্দ সৰস্বতী পথ নামেৰে নামকৰণৰ প্ৰস্তাৱ কৰিছিল চৰকাৰে।
কামাখ্যালৈ যাব পৰা নতুনকৈ নিৰ্মাণ কৰা পথটোৰ নাম স্বামী মুক্তনন্দ সৰস্বতী পথ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজৰ বিৰোধৰ পিছত বাতিল কৰাৰ সিদ্ধান্ত লয়।