নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অধীনত বিহাৰক ৰাষ্ট্ৰীয় গেছ গ্ৰিডেৰে সংযোগ কৰা বাৰাউনী গুৱাহাটী পাইপলাইনৰ বিহাৰৰ অংশৰ কাম সম্পূৰ্ণ হোৱাটোক প্ৰশংসা কৰে৷

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ এক টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়; “এই পাইপলাইনে বিহাৰৰ প্ৰগতিত যথেষ্ট অৱদান আগবঢ়াব৷”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply