ঠেলামৰাঃ ভালুকপুঙত সন্ধানহীন ঠেলামৰাৰ যুৱক।
সন্ধানহীন যুৱকজনৰ নাম ৰাজীৱ সাহা বুলি জানিব পৰা গৈছে।
তিনি বন্ধুৰ সৈতে ভালুকপুঙলৈ ফুৰিবলৈ গৈছিল ৰাজীৱ সাহা ।
যুৱকজনৰ পালচাৰ বাইকখন আৰু কাপোৰ উদ্ধাৰ হৈছে কামেং নদীৰ পাৰত।
নদীত গা ধুবলৈ গৈ যুৱকজন সন্ধানহীন হোৱা বুলি সন্দেহ কৰা হৈছে।