গুৱাহাটী : গুৱাহাটী মহানগৰীত একে দিনাই তিনিখনকৈ পদ-পথ সেঁতুৰ শুভ উদ্বোধন। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে পদ-পথ সেঁতু তিনিখনৰ।

গুৱাহাটীৰ আদাবাৰী-এ টি ৰোড, বৰিপাৰা-এ টি ৰোড আৰু শুক্ৰেশ্বৰত নতুনকৈ নিৰ্মাণ কৰা হৈছে তিনিখনকৈ পদ-পথ সেঁতু। ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ২০১৯-২০ৰ অধীনত নিৰ্মাণ কৰা হৈছে পদ-পথ সেঁতু তিনিখন।

লগতে পঢ়ক :  The Tainted Mirror লৈ চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ ছবিৰ সন্মান

মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰা পদ-পথ সেঁতু তিনিনখনৰ আদাবাৰী-এ টি ৰোড পদ-পথ সেঁতুখন দৈঘ্য হৈছে ২৮ মিটাৰ। এই পদ-পথ সেঁতুখন নিৰ্মাণত ব্যয় হৈছে ১০৩৬ লাখ টকা। বৰিপাৰা-এ টি ৰোডৰ ২৮ মিটাৰ দৈঘ্যৰ সেঁতুখন নিৰ্মাণত ব্যয় হৈছে ৯৭০.৬০ লাখ টকা। আনহাতে শুক্ৰেশ্বৰৰ সেঁতুখন ৭১৮.০৪ লাখ টকাত নিৰ্মাণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply