নগাঁও : নগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনাটোত এগৰাকী গৰ্ভৱতী মহিলাসহ তিনিজনকৈ লোক আহত। তীব্ৰ বেগী বেলৰ এখনে টেম্পুত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

নগাঁও জিলাৰ ডিমৰুগুৰিত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে। এখন তীব্ৰ বেগী বলেৰ বাহন যাত্ৰীবাহী টেম্পু এখনক খুন্দা মৰাত তিনিজনকৈ লোক গুৰুত্বৰভাৱে আহত হৈছে। আহত সকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলা আছে।

লগতে পঢ়ক –  আলোচনাৰ মাধ্যমেৰে অসমত শান্তি প্ৰতিষ্ঠা কৰাত সক্ষম নহ’ল চৰকাৰঃ আপ, অসম

জানিব পৰা মতে তীব্ৰ বেগী বেলৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই টেম্পুখনক খুন্দা মাৰে। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গৰ্ভৱতী মহিলা গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply