অভয়াপুৰীঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বঙাইগাঁৱৰ অভয়াপুৰীত কটকটীয়া নিৰাপত্তা বেষ্টনি।

জিলাখনৰ বিভিন্ন ঠাইত নিচিদ্ৰ তালাচী আৰক্ষী প্ৰশাসনৰ।

আৰক্ষীয়ে অভয়াপুৰীৰ ৰাজপথত চলায় তীব্ৰ তালাচী অভিযান। সাৰি যোৱা নাই বাইক কিম্বা চাৰিচকীয়া বাহন।

লগতে পঢ়কঃদেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পিছতো উপেক্ষিত শ্বহীদ কমলা মিৰিৰ পৰিয়াল

যাত্ৰীবাহী গাড়ীয়ে হওঁক বা মালবাহী গাড়ীয়ে হওঁক সকলো গাড়ীতে এফালৰ পৰা চলাই গৈছে তালাচী অভিযান।

স্বাধীনতা দিৱসত শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত এই অভিযান জিলা প্ৰশাসনৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply