টিংখাংঃ টিংখাঙৰ কেন্দুগুৰি চাহবাগিছাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ।
বাগিছাৰ ফেক্টৰীৰ কাষতে থকা পিঞ্জৰাত আবদ্ধ হয় নাহৰফুটুকীটো।
এই অঞ্চলটোত ৰাইজৰ গৰু, ছাগলী,গাহৰি আদি পোহনীয়া জন্তু ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘে।
লগতে পঢ়কঃওৰাং ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ সংখ্যা বৃদ্ধি
পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকীটো চাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে।
কিছুদিন পূৰ্বেও এই অঞ্চলত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছিল।