তিনিচুকীয়াঃ তিনিচুকীয়াত আছুৰ উত্তাল প্ৰতিবাদ। অইলৰ মুখ্য প্ৰশাসনিক ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।

জন এনাৰ্জী লিমিটেডক কামৰ আৱণ্টন দিয়াত তীব্ৰ বিৰোধিতা আছুৰ।

বাঘজান বিস্ফোৰণৰ পিছত ব্লেক লিষ্টেড কৰিছিল প্ৰতিষ্ঠানটোক।

পূৰ্বে ব্লেক লিষ্টেড কৰা জন এনাৰ্জী লিমিটেডকে পুনৰ কামৰ আৱণ্টন দিয়াত ক্ষোভিত হৈ উঠে আছু।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply