তিনিচুকীয়াঃ “মিছ এণ্ড মিছেছ ইণ্ডিয়া নেচনেল ডিভা ২০২১”ত “দ্য লিটিল ফাৰ্ষ্ট ৰানাৰ্ছ আপ এৱাৰ্ড তথা কিডছ ইণ্ডিয়া নেচনেল দিবা ফাৰ্ষ্ট ৰানাৰ্ছ আপ” (বেষ্ট স্কীন, বেষ্ট কিউট ফেচ) খিতাপ অর্জন কৰে তিনিচুকীয়াৰ ট্যুইংকল মৰাণে।
লগতে পঢ়কঃমৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃনিহত ৩জন
গুৱাহাটীৰ ৰুক্মিণী গাঁও প্ৰেক্ষাগৃহত কাশ্যপ এণ্টাৰতেইণ্টমেণ্টে আয়োজন কৰিছিল এই প্ৰতিযোগিতাখনি।
ট্যুইংকল মৰাণ তিনিচুকীয়াৰ নৱ কুমাৰ মৰাণ আৰু চম্পা বৰুৱা মৰাণৰ কন্যা।