তিনিচুকীয়াঃ তিনিচুকীয়াত পুনৰ আলফা স্বাধীনৰ আত্মসমৰ্পণ।

আত্মসমৰ্পণকাৰী আলফা সদস্যজন তিনিচুকীয়াৰ হাতীগড় গাঁৱৰ ধনী অসম।

উপ মহাপৰিদৰ্শক জিতমল দলে আৰু আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ ওচৰত আত্মসমৰ্পন কৰে আলফা সদস্যজনে।

ধনী অসমে এটা এ কে ৪৭ আৰু হেণ্ড গ্ৰেণেড জমা দিয়ে আৰক্ষীক।

লগতে পঢ়কঃদেওমৰনৈ উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply