গুৱাহাটীঃ মহানগৰীৰ জয়ানগৰত মুকলি হ’ব অসম তৃণমূল কংগ্ৰেছৰ প্ৰথমটো কাৰ্যালয়। ১১ মে’ত উদ্ধোধন কৰা হ’ব কাৰ্যালয়টো। শংকৰদেৱ কলাক্ষেত্ৰৰ শিল্পগ্ৰামত অনুষ্ঠিত হ’ব উদ্ধোধনী অনুষ্ঠান। উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিব তৃণমূল কংগ্ৰেছৰ সম্পাদক অভিষেক বেনাৰ্জী। বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত এই সন্দৰ্ভত জনালে তৃণমূল কংগ্ৰেছ অসমৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই।

লগতে পঢ়কঃৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ধর্ষণকাণ্ড

অসম তৃণমূল কংগ্ৰেছৰ এই কাৰ্যালয়টো মুকলি কৰিব দলটোৰ সম্পাদক অভিষেক বেনাৰ্জীয়ে। জানিব পৰা মতে, কাৰ্যালয় মুকলি কৰাৰ দিনাই তৃণমূল কংগ্ৰেছত যোগ দিব ১০০০ লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply