মেঘ: (অ,আ, ল)- সু–সংযোগ লাভৰ যোগ৷ আর্থিকত মজলীয়া ফল পাব৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ শাৰীৰিক দিশত ভালেই যাব৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব৷

বৃষ (উ,ই,ব) – কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব৷ শাৰীৰিক দিশত ভালেই যাব৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব৷ পূর্বদিশে যাত্রা কৰিলে সুফল পাব৷

মিথুন (ক,ছ)-পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক৷ বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ৷ বিদ্যার্থীৰ বাবে আজি দিনতো ভালেই দেখা যায়৷ 

কর্কট (ড,হ)- কর্তব্যত আগ্রহ বাঢ়িব৷ কোনো কর্মত আনন্দ পাব৷ হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে৷ ক’লা ৰঙৰ কাপোৰ পিন্ধি ভ্রমণ কৰিলে সুফল পাব৷ 

সিংহ (ম,ট)- পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে৷ আর্থিকত মজলীয়া ফল পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত উন্নতিৰ যোগ৷ 

কন্যা (প,থ,ঠ)-ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷

তুলা (ৰ,ত)- পাৰিবাৰিক জীৱন সুখৰ হৈ উঠিব ৷ আত্মবিশ্বাসেৰে কাম কৰিলে সফল হ’ব ৷ ভ্ৰমণত শুভ৷

বৃশ্চিক (ন,য)- নিজৰ ভালৰ বাবে অলপো পলম নকৰাকৈ নিজেই পদক্ষেপ গ্ৰহণ কৰিব ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব৷

ধনু (ধ,ভ)- সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কৰ্মক্ষেত্ৰতো শুভ ফল । কৰ্তব্যত আপোনাৰ যোগ্যতা থাকিব । কোনোৱে বাস্তৱ খোজ পেলাই উপকৃত হ’ব।

মকৰ (খ,জ)-  কৰ্মতৎপৰতা বৃদ্ধি পাব । তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্ৰশংসিত হ’ব । কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ।

কুম্ভ (গ,শ,স)-  আনৰ কথাত উঠা-বহা কৰা সকল সাৱধান থাকক। কথা ব্যৱহাৰত সংযত থাকক। ঘৰুৱাত সিমান বেয়া নহয় । বিদ্যাৰ্থীসকলে আজি ৰাতিপুৱা তুলসীৰ তলত পানী ঢালিব।

মীন (দ,চ)- আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক। আপুনি বন্ধুবৰ্গৰ সংগত যথেষ্ট মানসিক শান্তি অনুভৱ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,330 other subscribers

Leave a comment

Leave a Reply Cancel reply