মেঘ: (অ,আ, ল)- সু–সংযোগ লাভৰ যোগ৷ আর্থিকত মজলীয়া ফল পাব৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ শাৰীৰিক দিশত ভালেই যাব৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব৷
বৃষ (উ,ই,ব) – কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব৷ শাৰীৰিক দিশত ভালেই যাব৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব৷ পূর্বদিশে যাত্রা কৰিলে সুফল পাব৷
মিথুন (ক,ছ)-পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক৷ বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ৷ বিদ্যার্থীৰ বাবে আজি দিনতো ভালেই দেখা যায়৷
কর্কট (ড,হ)- কর্তব্যত আগ্রহ বাঢ়িব৷ কোনো কর্মত আনন্দ পাব৷ হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে৷ ক’লা ৰঙৰ কাপোৰ পিন্ধি ভ্রমণ কৰিলে সুফল পাব৷
সিংহ (ম,ট)- পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে৷ আর্থিকত মজলীয়া ফল পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত উন্নতিৰ যোগ৷
কন্যা (প,থ,ঠ)-ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷
তুলা (ৰ,ত)- পাৰিবাৰিক জীৱন সুখৰ হৈ উঠিব ৷ আত্মবিশ্বাসেৰে কাম কৰিলে সফল হ’ব ৷ ভ্ৰমণত শুভ৷
বৃশ্চিক (ন,য)- নিজৰ ভালৰ বাবে অলপো পলম নকৰাকৈ নিজেই পদক্ষেপ গ্ৰহণ কৰিব ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব৷
ধনু (ধ,ভ)- সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কৰ্মক্ষেত্ৰতো শুভ ফল । কৰ্তব্যত আপোনাৰ যোগ্যতা থাকিব । কোনোৱে বাস্তৱ খোজ পেলাই উপকৃত হ’ব।
মকৰ (খ,জ)- কৰ্মতৎপৰতা বৃদ্ধি পাব । তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্ৰশংসিত হ’ব । কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ।
কুম্ভ (গ,শ,স)- আনৰ কথাত উঠা-বহা কৰা সকল সাৱধান থাকক। কথা ব্যৱহাৰত সংযত থাকক। ঘৰুৱাত সিমান বেয়া নহয় । বিদ্যাৰ্থীসকলে আজি ৰাতিপুৱা তুলসীৰ তলত পানী ঢালিব।
মীন (দ,চ)- আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক। আপুনি বন্ধুবৰ্গৰ সংগত যথেষ্ট মানসিক শান্তি অনুভৱ কৰিব।