মেঘ: (অ,আ, ল)- আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। শিক্ষাৰ্থীৰ মানসিক অস্থিৰতা বাঢ়িব। সাহিত্যিক , শিল্পী, খেলুৱৈয়ে উন্নতিমূলক কৰ্মত ব্যস্ত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য উন্নতি হ’ব।
বৃষ (উ,ই,ব) – সাহিত্যিক, শিল্পী, ক্ৰীড়াবিদসকলৰ কৰ্মত উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। কৰ্ম আৰু আৰ্থিক দিশত কিছু উন্নতিদায়ক হ’ব।
মিথুন (ক,ছ)-কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল হʼব । প্ৰেম-পাৰিবাৰিক দিশত দিনটো অশান্তি থাকিব। শিক্ষাৰ্থী, শিল্পীৰ আশান্তি আৰু উন্নতিৰ ক্ষেত্ৰৰ দুশ্চিন্তা বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে নতুন উৎসাহেৰে কৰ্মত লাগিব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কষ্টৰ মাজতে কিছু লাভৱান হ’ব।
কর্কট (ড,হ)-কৰ্কট ৰাশিৰ বাবে দিনটো শৰীৰত সামান্য আঘাত বা অশান্তি হ’ব পাৰে। মনৰ চিন্তা আৰু অস্থিৰতা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মানসিক অসুস্থতাৰ যোগ। সাহিত্যিক, শিল্পী, ক্ৰীড়াবিদ নতুন কৰ্মৰ প্ৰতি আকৃষ্ট হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বাঢ়িব যদিও মনৰ দুশ্চিন্তা থাকিব। কৰ্ম, বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত কিছু শুভ কাৰক।
সিংহ (ম,ট)-আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। সন্ধিয়াৰ পৰা দেহ-মনৰ সুখ-শান্তিৰ কাৰক। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত দিনটো শুভাশুভ মিশ্ৰিত ফল পাব। শিক্ষাৰ্থীৰ মানসিক অস্থিৰতা বাঢ়িব। সাহিত্যিক , শিল্পী, খেলুৱৈয়ে উন্নতিমূলক কৰ্মত ব্যস্ত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য উন্নতি হ’ব।
কন্যা (প,থ,ঠ)-মানসিক অশান্তি কমিব । প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে। সাহিত্যিক, শিল্পীৰ মনৰ আনন্দলাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি কাৰক। কৰ্ম, আৰ্থিক আৰু ব্যৱসায়ত সামান্য উন্নতি হ’ব।
তুলা (ৰ,ত)-তুলা ৰাশিৰ বাবে দিনটো শৰীৰৰ যেথেষ্ট শুভ যদিও সন্ধিয়াৰ পৰা সামান্য ৰোগাক্ৰান্ত হ’ব পাৰে। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত সুখ-শান্তি থাকিব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত লোকৰ মান-সন্মান লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সফলতা লাভ কৰিব।
বৃশ্চিক (ন,য)-আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ’ব । ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ’ব।
ধনু (ধ,ভ)- আৰ্থিক অৱস্থাৰ উন্নতি হোৱাৰ যোগ আছে। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। মতামতৰ পাৰ্থক্য থকা বাবে ব্যক্তিগত সম্বন্ধত বেয়া প্ৰভাৱ পৰিব পাৰে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে ,তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে।
মকৰ (খ,জ)-আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ’ব। এনেকুৱা বন্ধুৰ কাষত যাওক ,যাক আপোনাৰ প্ৰয়োজন আছে। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হ’ব পাৰে আৰু সমস্যাৰ সন্মুখীন হ’ব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ’ব আৰু বিশ্ৰাম কৰক।
কুম্ভ (গ,শ,স)-আপোনাৰ ৰুক্ষ স্বভাৱে আপোনাৰ বন্ধু বৰ্গৰ মাজত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভূগিব পাৰে। অৱশ্যে সন্ধিয়াৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপুনি দিয়া ধন আপুনি ঘূৰাই পাব পাৰে।
মীন (দ,চ)-আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব কিন্ত আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। আত্মীয় আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাবৰ চেষ্টা কৰিব , সাৱধানে থাকক নহ’লে পিছত গৈ আপুনি ঠগ খোৱাৰ দৰে অনুভৱ কৰিব।