প্ৰতিনিধিত্বমূলক ছবি

হোজাই: আজি দিনত নামনি মুৱা এখন তীব্ৰ বেগী চলন্ত ৰেলে হাৱাইপুৰ ৰেলষ্টেচনৰ ওচৰত এজন ব্যক্তিক খুন্দিয়াই। এই দূৰ্ঘটনাত ব্যক্তিজনৰ থিতাতে মৃত্যু ঘটে।

দূৰ্ঘটনাত নিহত ব্যক্তি গৰাকীৰ নাম শুভ শইকীয়া।তেখেতৰ ঘৰ হোজাই জিলাৰ লঙ্কা থানাৰ অন্তৰ্গত উদয়পুৰ গাওঁত।ব্যক্তিগত কাৰনত পুৱাই হাৱাইপুৰ ষ্টেচনৰ ওচৰৰে মছকা গাওঁত বাস কৰা নিজৰ ভাতৃৰ ঘৰলৈ আহি উভতি যোৱাৰ সময়তে ঘটনাটো সংঘতিত হয়।

অবসৰ প্ৰাপ্ত শিক্ষক গৰাকীৰ আজিৰ শিক্ষক দিৱসৰ দিনটোতে হোৱা কৰুণ মৃত্যুত অঞ্চলটিৰ ৰাইজৰ মাজত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক আলফা স্বাধীনৰ কাৰ্যকৰী পৰিষদ সলনি তিনিতৰপীয়া কাৰ্যকৰী পৰিষদ গঠন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply