ৰাজ্যৰ প্ৰশাসনত সালসলনি।
কেন্দ্ৰীয় ডেপুটেশ্যনত থকা আই এ এছ বিষয়া ড০ আশীষ কুমাৰ ভূটানীক কৃষি বিভাগৰ প্ৰিন্সিপাল চেক্ৰেটেৰী হিচাপে দায়িত্ব প্ৰদান।
ইয়াৰোপৰি ভূটানিক এ আৰ আই এ এছ চ’ছাইটিৰ প্ৰজেক্ট ডিৰেক্টৰ হিচাপেও অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।
আনহাতে এ আৰ আই এছ চ’ছাইটিৰ সঞ্চালক বিনোদ চেশানক মেডিকেল লিভ প্ৰদান কৰা হৈছে।
কৃষি, পশু পালন, ভেটেনিয়াৰী বিভাগৰ চেক্ৰেটেৰী অনন্ত লাল জ্ঞানীক কৃষি বিভাগৰ সঞ্চালকৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছে। এই দায়িত্বতো আছিল বিনোদ চেশান।

লগতে পঢ়ক-কাইলৈ পৰা বন্ধ থাকিব পেট্ৰ’ল পাম্প

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,526 other subscribers

Leave a comment

Leave a Reply