তুম্প্ৰেংঃ তুম্প্ৰেঙত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰাস উৎসৱৰ।
বিভিন্ন জন-জাতিৰ মাজত উদযাপন কৰা হৈছে এই ৰাস উৎসৱ।
সকলো জাতিয়ে নিজ-নিজ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি পালন কৰিছে ৰাস উৎসৱ।
লগতে পঢ়কঃমাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভাকক্ষত ৰাজহুৱা সভা
তুম্প্ৰেঙৰ মাজগাঁৱত বিভিন্ন জনজাতীয় লোকসকলৰ মাজত আছে ২৬ ঘৰ অসমীয়া লোক।
তথাপিও তুম্প্ৰেঙত বস-বাস কৰা ডিমাহাছাও, কাৰ্বি, অসমীয়া আদিকে ধৰি সকলোৱে আনন্দ উল্লাসৰ মাজতে পালন কৰিছে ৰাস উৎসৱৰ।