তুম্প্ৰেংঃ তুম্প্ৰেঙত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰাস উৎসৱৰ।

বিভিন্ন জন-জাতিৰ মাজত উদযাপন কৰা হৈছে এই ৰাস উৎসৱ।

সকলো জাতিয়ে নিজ-নিজ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি পালন কৰিছে ৰাস উৎসৱ।

লগতে পঢ়কঃমাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভাকক্ষত ৰাজহুৱা সভা

তুম্প্ৰেঙৰ মাজগাঁৱত বিভিন্ন জনজাতীয় লোকসকলৰ মাজত আছে ২৬ ঘৰ অসমীয়া লোক।

তথাপিও তুম্প্ৰেঙত বস-বাস কৰা ডিমাহাছাও, কাৰ্বি, অসমীয়া আদিকে ধৰি সকলোৱে আনন্দ উল্লাসৰ মাজতে পালন কৰিছে ৰাস উৎসৱৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply