হোজাই : ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন। লামডিঙ-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা৷

পথ দুর্ঘটনাটোত থিতাতে নিহত হয় দুজন লোক৷ লামডিঙৰ পৰা ২৫ কিমি নিলগত এএছ-০৯-ডি-৬৩২৮ নম্বৰৰ মহিন্দ্ৰা বলেৰ’ গাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টৰ ৰেলিঙত খুন্দা মাৰে৷

লগতে পঢ়ক :  বোকাখাতত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুজন

নিহত লোক দুজন গুলচন টেৰণ আৰু মংগল সিং টুকবি বুলি চিনাক্ত হৈছে। কাৰ্বি আংলং জিলা জলসিঞ্চনৰ বিভাগৰ হামৰেং উপ সংমণ্ডলৰ সহ-অভিযন্তা গুলচন টেৰণ আৰু মংগল সিং টুকবি চতুৰ্থবৰ্গৰ কৰ্মচাৰী৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply