ছয়গাঁও: বকোৰ ৰাজাপাৰাত বৃহৎ পৰিমানৰ জাল নোট জব্দ। জব্দ কৰা জাল নোটৰ পৰিমান তিনি কোটিৰ অধিক হ’ব বুলি আৰক্ষী সুত্ৰত প্ৰকাশ।

জালনোটৰ সৈতে আটক কৰা দুজন সৰবৰাহকাৰীৰ নাম চাহিদুল ইছলাম আৰু নবিউল ইছলাম।দুয়োজনৰ ঘৰ গোৱালপাৰৰ কৃষ্ণাইত।

গোপন খৱৰৰ ভিত্তিত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগুৰ নেতৃত্বত এটি দলে ৰাজাপাৰাত এম্বুচ পাতে।বকো আৰক্ষীয়ে তালাচীৰ সময়ত নীলা ছুইফ ডিজিয়াৰৰ পৰা উদ্ধাৰ কৰে এই বৃহৎ পৰিমানৰ জাল নোট খিনি।

লগতে পঢ়ক – হিজাব পৰিধানৰ সমৰ্থনত গুৱাহাটীৰ এখন বিদ্যালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply