ছয়গাঁও: গৰৈমাৰীৰ লাৰুৱাজানত গাঞ্জাৰ বিৰুদ্ধে কামৰূপ আৰক্ষীৰ অভিযান ৷ কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ ৰয়ৰ গোপন খবৰৰ ভিত্তিত চলে এই অভিযান ৷
আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমানৰ গাঞ্জাসহ আটক হৈছে।দুজনকৈ গাঞ্জা ব্যৱসায়ী ৷ ধৃত গাঞ্জা ব্যৱসায়ী দুজন লাৰুৱাজানৰ আছৰাফুল আলী আৰু ফাইজুল হক।
কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়ৰ গোপন খৱৰৰ ভিত্তিত ছয়গাঁও আৰক্ষীয়ে নিশাৰ ভাগত চলাইছিল অভিযান।জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰমুল্য ১.২০ লাখ টকা ৷
লগতে পঢ়ক – পুনৰ মহানগৰীত নৃশংস হত্যাকাণ্ডৰ ঘটনা