গুৱাহাটী : গাড়ীগাঁও ধর্ষণকাণ্ডৰ দুই অভিযুক্ত আৰক্ষীৰ জালত। ধর্ষণকাণ্ড দুই অভিযুক্ত ফাইজুল আলী আৰু পোনা আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

মৰিগাঁৱৰ পৰা অভিযুক্ত ফাইজুল আলী আৰু পোনা আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধর্ষণকাণ্ডৰ পিছৰে পৰা আত্মগোপন কৰি আছিল ফাইজুল আলী আৰু পোনা আলী।

উল্লেখ্য যে ধর্ষণকাণ্ডৰ লগত জড়িত অনা দুজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে। গাড়ীগাঁও ধর্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউণ্টাৰত মৃত্যু হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply