ওডালগুৰিঃ ওদালগুৰিত জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।খাদ্য সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধেও সৰৱ জিলা ছাত্ৰ সন্থা।
লগতে পঢ়কঃটীয়কত পিষ্টলসহ এজন যুৱকক গ্ৰেপ্তাৰ
ওদালগুৰিত বিশাল সত্যাগ্ৰহ কাৰ্যসূচী উলিয়াই মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰী বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। প্ৰতিবাদত কেইবাগৰাকীয়ো আছুৰ কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে।