গুৱাহাটী: কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিলে আলফা স্বাধীনে।
প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক মুকলি আলফা স্বাধীনৰ।
অৰুণাচল- ম্যানমাৰ সীমান্তত মুকলি কৰি দিলে বিষয়া দুগৰাকীক।
৩মাহ ১৪দিনৰ মূৰত মুকলি কৰি দিয়া হৈছে বিষয়াদুগৰাকীক।
বিগত বৰ্ষৰ ২১ ডিচেম্বৰতে অপহৰণ কৰা হৈছিল বিষয়া দুগৰাকীক।

অৰুণাচল চাংলং জিলাৰ ইন্নাওৰ পৰা অপহৰণ কৰা হৈছিল দুয়োকে ।
৩ মাহ ১৪ দিনৰ পিছত মুকলি কৰি দিলে ২ অভিযন্তাক ।

দুয়োগৰাকীক মুক্তি কৰিবৰ বাবে কৌশিক ফুকনে আলফা আৰু কুইপৰ সৈতে মধ্যস্ততা কৰি কিছুদিনৰ আগতে মুক্তিৰ নিশ্চিত কৰিছিল |
মুকলি কৰি দিয়া প্ৰনব গগৈৰ ঘৰ শিৱসাগৰত আৰু ৰাম কুমাৰৰ ঘৰ বিহাৰত | দুয়োটা পৰিয়ালে আলফা স্বাধীনক মুকলি কৰিবৰ বাবে আহ্বান জনাইছিল |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply