সোণাৰি: আলফা (স্বা) এৰি মূলসুঁতিলৈ ঘুৰি আহিল জাগৰণ অসম ওৰফে নিলোৎপল তামুলী। চৰাইদেউ জিলাৰ বৰহাট পূব নলবৰীয়া অঞ্চলত ঘৰ জাগৰণ অসমৰ। ২০১৮ চনত আলফা (স্বা)ত যোগদান কৰা জাগৰণ অসমে ইতিমধ্যে চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।
নিষিদ্ধ ঘোষিত সংগঠনটোৰ লেঞ্চ ক’ৰপৰেল পৰ্যায়ৰ সদস্য জাগৰণ অসমে ম্যানমাৰস্থিত ৭৭৯ নং শিবিৰৰ পৰা পলাই আহি আত্মসমৰ্পন কৰিছে আৰক্ষীৰ ওচৰত। আনহাতে আলফা (স্বা) শিবিৰৰ পৰা পলাই অহা জাগৰণ অসমে এটা 7.62 mm MQ 81 Assault Rifle, তিনিটা মেগজিন, ১৪৮ ৰাউণ্ড সজীৱ গুলী, ২৫ কেজি ৭০০ গ্ৰাম আৰডিএক্সসহ অন্যান্য সামগ্ৰী আৰক্ষীক চমজাই দিছে।

মন কৰিবলগীয়া যে, আলআলফা (স্বা) এৰি মূলসুঁতিলৈ ঘুৰি আহিল জাগৰণ অসম ওৰফে নিলোৎপল তামুলী। চৰাইদেউ জিলাৰ বৰহাট নলবৰীয়া অঞ্চলত ঘৰ জাগৰণ অসমৰ। ২০১৮ চনত আলফা (স্বা)ত যোগদান কৰা জাগৰণ অসমে ইতিমধ্যে চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।
নিষিদ্ধ ঘোষিত সংগঠনটোৰ লেঞ্চ ক’ৰপৰেল পৰ্যায়ৰ সদস্য জাগৰণ অসমে ম্যানমাৰস্থিত ৭৭৯ নং শিবিৰৰ পৰা পলাই আহি আত্মসমৰ্পন কৰিছে আৰক্ষীৰ ওচৰত। আনহাতে আলফা (স্বা) শিবিৰৰ পৰা পলাই অহা জাগৰণ অসমে এটা 7.62 mm MQ 81 Assault Rifle, তিনিটা মেগজিন, ১৪৮ ৰাউণ্ড সজীৱ গুলী, ২৫ কেজি ৭০০ গ্ৰাম আৰডিএক্সসহ অন্যান্য সামগ্ৰী আৰক্ষীক চমজাই দিছে।
মন কৰিবলগীয়া যে, আলফা (স্বা)লৈ নতুন মুখৰ যুৱক-যুৱতী যোগদান কৰা লগতে এৰি অহা শিবিৰত ৭০ জনৰোধিক কেডাৰ থকা বুলি জানিবলৈ দিছে সংবাদ মাধ্যমৰ আগত।
লগতে পঢ়ক- আজিৰে পৰা গুৱাহাটীত উল্টা কেৱ সেৱা