টিংখাংঃ পুনৰ আলফা স্বাধীনত যোগদান অসমীয়া যুৱকৰ।

টিংখাঙৰ উদীয়মান কন্ঠশিল্পী অভিলেখ বড়াই আলফাত যোগদান কৰাৰ খবৰ পোৱা গৈছে।

পত্নী, ২বছৰীয়া সন্তানক এৰি আলফা (স্বা)ত যোগদান শিল্পীগৰাকীৰ।

লগতে পঢ়কঃসাপেখাতীত ট্ৰেইনৰ খুন্দাত এজন লোকৰ মৃত্যু

৫মে’ত ঘৰৰ পৰা ওলাই গৈছিল অভিলেখ। সেই দিনাৰে পৰা পৰিয়ালৰ লগত যোগাযোগ নাই অভিলেখৰ।

শিল্পী গৰাকীৰ আলফালৈ গমন কৰা খবৰে পৰিয়ালটোক মৰ্মাহত কৰি তুলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply