মাজুলী : মাজুলীত এক ব্যতিক্ৰমী প্ৰতিবাদ। মাজুলীত ভাগৱত পাঠৰ জড়িয়তে আধ্যাত্মিক প্ৰতিবাদ। ধৰ্মন্তকৰণ ৰোধ কৰা, মাজুলী বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা দাবীত এই প্ৰতিবাদ।

মাজুলী জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত বিশ্ব হিন্দু মহাসংঘৰ আধ্যাত্মিক প্ৰতিবাদ। সদৰ গড়মূৰত ভাগৱত পাঠ কৰি প্ৰতিবাদত বহিল সত্ৰাধিকাৰ। দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন গোস্বামী লগতে বিশ্ব হিন্দু মহাসংঘৰ কর্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক : এন এছ ইউ আইৰ নলবাৰী জিলা সমিতিৰ সভাপতি হিচাপে নিযুক্তি ৰফিকুল আহমেদক

ধৰ্মন্তকৰণ ৰোধ কৰা, মাজুলী বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা দাবীত এই প্ৰতিবাদ। এই আধ্যাত্মিক প্ৰতিবাদৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ জিলা উপায়ুক্ত যোগেদি স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply