নিউজ ডেস্ক- মঙলবাৰে ইউপিপিএল দলে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে আঠটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।
কোকৰাঝাৰত দলটোৰ নেতৃত্বই এক সংবাদমেল যোগে প্ৰাৰ্থীৰ চূড়ান্ত তালিকাখন ঘোষণা কৰে।
প্ৰাৰ্থীসকল হৈছে-
২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰী।
২৯ কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিত(জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্ম।
৩০ নং কোকৰাঝাৰ পুৱ বিধানসভা (জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী সমষ্টিত লৰেঞ্চ ইছলাৰী ।
৩১ নং চিদলী (জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ।
৩৩ নং বিজনী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী ফনীন বড়ো।
৫৮ নং তামোলপুৰ সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী লেহো ৰাম বড়ো।
৬২ নং বৰমা(জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী ভূপেন বড়ো।
৬৩ নং চাপাগুৰী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম।