গুৱাহাটী- বৰ্তমান সময়ত ব্যক্তিসমূহ বিভিন্ন ৰোগত জৰ্জৰিত। শিশুসকলকে ধৰি প্ৰাপ্ত বয়স্কসকললৈ বিভিন্ন ৰোগত ভুগা দেখা যায়। কিছুমান ৰোগৰ সমাধানৰ বিষয়ে জানো আহক-

১/ চুলি আৰু ছালৰ সমস্যাত ভুগিলে তিয়ঁহ খাব লাগে।  

২/ কিডনীত পাথৰ হলে পকা আম খাব লাগে।

৩/ হাড় ক্ষয় জনিত সমস্যাত ভুগিলে আঙুৰ খাব লাগে।

৪/ মুখৰ দুৰ্গন্ধ আৰু হৰমনজনিত সমস্যাত কেচা মধুৰীআম খাব লাগে।

৫/ মধুমেহৰ সমস্যাত ভুগিলে কলা জামুক খাব লাগে।

৬/ শ্বাস প্ৰশ্বাস দনিত সমস্যাত পিয়াজ খাব লাগে।

৭/ প্ৰষ্টেট কেঞ্চাৰ ৰোধ কৰিবলৈ বিলাহী খাব লাগে।

৮/ পাইলচৰ সমস্যাত পকা অমিতা খাব লাগে।

৯/ জণ্ডিচৰ সমস্যাত ডালিম খাব লাগে।

১০/ কৃমিৰ সমস্যাত মাটিকঠাল খাব লাগে।

১১/ নিউমনিয়াৰ সমস্যাত কমলাটেঙা খাব লাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply