গুৱাহাটী : অসমৰ প্ৰথম মহিলা আৰক্ষী মহাপৰিদৰ্শক হ’ব ভায়’লেট বৰুৱ। অসমৰ প্ৰথম মহিলা আৰক্ষী মহাপৰিদৰ্শক হিচাপে পদোন্নতি দিয়া হৈছে আইপিএছ বিষয়া গৰাকীক। উল্লেখ্য যে ২০২১ ৰ গণৰাজ্য দিৱসত ভায়’লেট বৰুৱক ৰাষ্ট্ৰপতি পদকেৰে সন্মানিত কৰা হৈছিল।
ভায়’লেট বৰুৱৰ লগতে আনন্দ প্ৰকাশ তিৱাৰী, নিতুল গগৈ, দিগন্ত বৰা, লাচিত বৰুৱা, মৃদুলানন্দ শৰ্মা, দেৱৰাজ উপাধ্যায়, দিলীপ কুমাৰ দে আৰু প্ৰশান্ত কুমাৰ ভূঞাক আই জি পি’লৈ পদোন্নতি।
লগতে পঢ়ক : প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকীত লোকশিল্পী খগেন গগৈক চলিত বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান
অসম আৰক্ষীৰ ৯ গৰাকী বিষয়াক আই জি পি’লৈ পদোন্নতি কৰা হৈছে। অসম চৰকাৰৰ গৃহ বিভাগে জাৰি কৰিছে এই সম্পৰ্কে নিৰ্দেশনা।