নিউজ ডেস্ক: Airtel ৰ পিছত এইবাৰ Vodafone Ideaই প্ৰি পেইড পেকৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে এক  প্ৰেছ বিজ্ঞপ্তি যোগে কোম্পানীটোৱে এই কথা সদৰী কৰে।

অহা ২৫ নৱেম্বৰৰ পৰা সকলো প্ৰি পে’ইড গ্ৰাহকৰ বাবে মাচুলৰ নতুন নিৰিখ প্ৰযোজ্য হ’ব।

এয়াৰটেলে কোম্পানীটোৰ প্ৰি পেইড প্লেনসমূহৰ মাচুলৰ ক্ষেত্ৰত ২৫ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ পিছতে ভোডাফোনে মাচুল বৃদ্ধিৰ কথা ঘোষণা কৰে। ২৫ নৱেম্বৰৰ পৰা ভোডাফোন আৰু আইডিয়াৰ প্ৰি পেইড পে’ক সমূহৰ মাচুল ২০ৰ পৰা ২৫ শতাংশ বৃদ্ধি পাব বুলি জানিব দিছে।

লগতে পঢ়ক : টাই নৱবৰ্ষত চৰকাৰী বন্ধ ঘোষণাৰ দাবী টাই আহোম যুৱ পৰিষদৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply