গুৱাহাটী : আজি অসম ভ্ৰমণলৈ আহিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকী। মা কামাখ্যা মন্দিৰতে দলীয় কৰ্মীৰ লগত মিলিত হ’ব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকী।

আজি দিনৰ ১ বজাত বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হ’ব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বৰঝাৰ বিমান বন্দৰৰ পৰা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকী পোনে পোনে যাব শক্তিপীঠ মা কামাখ্যা মন্দিৰলৈ। এদিনীয়া ভ্ৰমণসূচিলৈ অসমলৈ আহিব মমতা বেনাৰ্জী।

লগতে পঢ়ক : বনৰীয়া হাতীৰ আক্ৰমণত আহত বনকর্মী

মা কামাখ্যাৰ দৰ্শনৰ পিছত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকী তৃণমূল কৰ্মীৰ সৈতে মিলিত হ’ব। ইয়াৰ পিছতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকী উভতি যাব পশ্চিম বংগলৈ। বিয়লি ৪ বজাত কলকাতালৈ উভতি যাব মমতা বেনাৰ্জী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,787 other subscribers

Leave a comment

Leave a Reply