বৈঠালাংছ’: পশ্চিম কাৰ্বিআংলং জিলাৰ ৬নং বিথুং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংখাং ৰিজাৰ্ভত বছৰ বছৰ ধৰি বসবাস কৰি থকা গাড়ো জনগোষ্ঠীয় লোকসকলৰ বহুদিনীয়া আশা পুৰন ।

মাটিৰ কোনো পট্টা নোহোৱাকৈ বছৰ বছৰ ধৰি বসবাস কৰি থকা এই লোক সকলে পট্টাৰ কাৰণে বহু চেষ্টা চলাইছিল যদিও সফল হব পৰা নাছিল।

অৱশেষত আজি লাভ কৰিবলৈ সক্ষম হ’ল মাটিৰ পট্টা।কাৰ্বিপৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি এই বিথুং ৰেংথামাত আজি ৩৪১৪টা পৰিয়ালক আনুষ্ঠানিক ভাৱে মাটিৰ পট্টা প্ৰদান কৰে CEM তুলিৰাম ৰংহাঙে । লগতে অঞ্চলটোৰ দুখীয়া ৰাইজৰ মাজত ব্লেংকেটো বিতৰণ কৰে৷

লগতে পঢ়ক- টীয়কত বন্যহস্তীৰ তাণ্ডৱ, ৬ টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply