লখিমপুৰ : লখিমপুৰ জিলাৰ সোৱণশিৰি ৰে’ল ষ্টেচনত দুর্ঘটনা। সোৱণশিৰি ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত নিহত হয় এগৰাকী মহিলা।
বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় দুর্ঘটনা। ৰে’লৰ খুন্দাত নিহত হোৱা মহিলা গৰাকী ৰেণু নায়ক বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : শক্তিপীঠ চণ্ডিকা দেৱালয়ত ভক্তৰ ভিৰ
লখিমপুৰ জিলাৰ চিলনীবাৰীৰ নিবাসী নিহত মহিলা গৰাকী।চলন্ত ৰে’লত উঠিবলৈ চেষ্টা চলাওঁতে এই দুর্ঘটনা সংঘটিত হয়।