মাজুলীঃ আজি বিশ্ব পৰ্যটন দিৱস। মাজুলীতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে বিশ্ব পৰ্যটন দিৱস।

গড়মূৰৰ ৰাজপথত পৰ্যটন দিৱস উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰায়ো উলিওৱা হয়।

বিভিন্ন জাতি-জনজাতিৰ মিলনভুমি হৈছে মাজুলী।  মাজুলীৰ বৈচিত্ৰময় সংস্কৃতিৰ অন্য এক অংশীদাৰ হ’ল মাজুলীৰ দেউৰীসকল। এই দেউৰী সমাজ আৰু সংস্কৃতি হ’ল মাজুলীৰ পৰ্যটকৰ বাবে আন এক আকৰ্ষণৰ ক্ষেত্ৰ।

লগতে পঢ়কঃনীতি বৰ্হিভূত ভাবে হোজাইত গঢ় লৈ উঠিছে একাংশ অবৈধ পানী পেকেজিং কৰা কোম্পানী

এই সাংস্কৃতিক শোভাযাত্ৰাত মাজুলীৰ কৃষ্টি সংস্কৃতিৰ পয়োভৰ দেখা যায়।

মাজুলীৰ মুখা শিল্পৰ লগতে সাধাৰণ জন-জীৱন আলোকপাত কৰা হয় আজি বিশ্ব পৰ্যটন দিৱসৰ দিনটোত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply