নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

নিউজ ডেস্ক– সমাগত বিধানসভা নিৰ্বাচন। প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আগমন ঘটিছে হাইপ্ৰফাইল নেতাৰ।

আজি অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

বৰঝাৰত উপস্থিত হৈয়েই পোনে পোনে মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হয় কামাখ্যা মন্দিৰত।

আৰু পঢ়কঃবাসভৱনত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ বিজেপিৰ সাংসদৰ

মা কামাখ্যাৰ আশিষ লৈ নিৰ্বাচনী প্ৰচাৰলৈ যাত্ৰা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।

আজি তিনিটা সমষ্টিত নিৰ্বাচনী সভাত অংশ ল’ব যোগীয়ে।

লংকাত হোজাইৰ প্ৰাৰ্থীৰ হৈ, কলাইগাঁৱৰ প্ৰাৰ্থী মধুৰাম ডেকা আৰু গোৰেশ্বৰত ৰঙিয়াৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ চলাব প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply